Tag: ASSAM

Browse our exclusive articles!

Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান

মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷(Cabinet Ministers)

Cabinetনিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet।এতিয়াৰে পৰা ৰাজহুৱা স্থান, হোটেল-ৰেস্তোঁৰাত নিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা অসমৰ কোনো হোটেল-ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰিব নোৱাৰিব। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। অৰ্থাৎ ৰাজহুৱা স্থানতো গো-মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব।

UPPL । গোসাঁইগাঁৱৰ কাশিয়াবাৰীত ইউ পি পি এলৰ বিশাল জনসভা

গোসাঁইগাঁও মহকুমাৰ তথা বিটিচিৰ ৪ নম্বৰ যমদুৱাৰ সমষ্টিৰ কাশিয়াবাৰীত UPPL । ইউ পি পি এল দলৰ এখন আজি জন সভা অনুষ্ঠিত হয়। উক্ত বিশাল জন সভাত ইউ পি পি এল দলৰ নেতা কৰ্মী সকলে আগন্তুক বিটিচি নিৰ্বাচনৰ ওপৰত বক্তব্য দিয়াৰ উপৰি পূৰ্বৰ বিপিএফ চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰে।

Ajit Kumar Bhuyan । অ’ এন জি চি প্ৰসংগত ৰাজ্যসভাত সৰৱ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan । নাজিৰাত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ' এন জি চি)ৰ মাণ্ডলিক কাৰ্যালয়টো অসমৰ পৰা স্থানান্তৰ কৰিব খোজা বিষয়টোৰ প্ৰতি মঙলবাৰে ৰাজ্যসভাৰ মজিয়াত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷

Dhubri । ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটসহ ট্ৰেক্টৰ জব্দ ধুবুৰী আৰক্ষীৰ

Dhubri। ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কামত ব্যৱহাৰ হোৱা প্ৰায় ৫ হাজাৰ কুইণ্টল ৰটলৈ ট্ৰেক্টৰৰে চুৰি কৰি লৈ যাব ধৰে যদিও এ,এম, কো, ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হৈ ৰটসহ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ বিভিন্ন সা-সামগ্ৰী সঘনাই চুৰি হৈ থাকে যদিও আজিলৈকে কোনেও এজন চোৰ কৰায়ুক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। AS 25 EC 4995 নম্বৰৰ ট্ৰেক্টৰত প্ৰায় ৫ হাজাৰ কুইণ্টল ৰট ভৰ্তি কৰি খেৰৰ তলত লুকাই ট্ৰেক্টৰে লৈ যাবলৈ ধৰিছিল।

Popular

সোণাপুৰত সশস্ত্ৰ সীমা বলৰ হিন্দী পক্ষৱাড়াৰ অধীনত বিভিন্ন কাৰ্যসূচী

সোণাপুৰত সশস্ত্ৰ সীমা বলৰ হিন্দী পক্ষৱাড়াৰ অধীনত বিভিন্ন কাৰ্যসূচী

তিতাবৰত ‘ৰজত কমল বঁটা’ প্ৰাপ্ত কথাছবি ‘জুইফুল’ৰ পৰিচালক যদুমণি দত্তক উষ্ম সম্বৰ্ধনা

তিতাবৰত 'ৰজত কমল বঁটা'প্ৰাপ্ত কথাছবি 'জুইফুল'ৰ পৰিচালক যদুমণি দত্তক উষ্ম সম্বৰ্ধনা

যমদুৱাৰ সমষ্টিৰ কাশীয়াবাৰী অৰনাই খেলপথাৰত দুদিনীয়া MCLA ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতা

যমদুৱাৰ সমষ্টিৰ কাশীয়াবাৰী অৰনাই খেলপথাৰত দুদিনীয়া MCLA ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতা

সুদীৰ্ঘ ৪০ বছৰ ৬ মহীয়া কৰ্মজীৱনৰ অন্ত পেলাই অৱসৰ প্ৰদীপ্ত বৰুৱাৰ

সুদীৰ্ঘ ৪০ বছৰ ৬ মহীয়া কৰ্মজীৱনৰ অন্ত পেলাই অৱসৰ প্ৰদীপ্ত বৰুৱাৰ

Subscribe

spot_imgspot_img