Breaking

Browsing Tag

CM

‘মই অসমীয়া মাধ্যমত পঢ়িছিলো, হিন্দী আৰু ইংৰাজী ভালকৈ নাজানো’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়ত ভিজিটৰ ৰেজিষ্টাৰত লিখি থকাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অন্য এখন বহীৰ পৰা চাই চাই লিখা দেখা যায় মুখ্যমন্ত্ৰী গৰাকীক।
Read More...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লে-“নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ…

চলি আছে ৩ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, "তিনিওখন ৰাজ্যতে হ'ব বিজেপিৰ চৰকাৰ"। সোণোৱালে
Read More...

কাইলৈ যোৰাবাট আৰু বৰ্ণিহাটত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই; ৰাণীৰ পৰা…

মেঘালয় বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু প্ৰায় ৪১ হাজাৰ ভোটাৰ থকা ১০ নম্বৰ জিৰাং সমষ্টিতো নিৰ্বাচনী তৎপৰতা তুংগত উঠা পৰিলক্ষিত হৈছে।
Read More...

৩০৪৭টা গ্ৰেপ্তাৰৰ ভিতৰত মাত্ৰ ২৫১টা (৮.২৩%) লোকেহে জামিন লাভ কৰিছে-মুখ্যমন্ত্ৰী

"বাল্যবিবাহ এক সামাজিক মহামাৰী আৰু এই কু-প্ৰথা বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। এই অপৰাধৰ অভিযুক্ত আৰু অপৰাধীক তেওঁলোকৰ ধৰ্মীয় সম্পৰ্ক পৰীক্ষা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হোৱা নাই। মাননীয় আদালতসমূহক এই বিষয়ে অৱগত কৰা হৈছে আৰু
Read More...

ৰাজ্যত বাতিল হ’ল নাবালক ল’ৰা-ছোৱালীৰ মাজত কেইবাখনো পূৰ্ব নিৰ্ধাৰিত বিবাহ-মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৭ ফেব্ৰুৱাৰীত কয় যে ৰাজ্যৰ নাবালক শিশুৰ মাজত হোৱা পূৰ্ব নিৰ্ধাৰিত বিবাহ কেইবাটাও পৰিয়ালে বাতিল কৰিছে। অসমৰ মুখ্যমন্ত্রীয়ে ইয়াক বাল্যবিবাহৰ বিৰুদ্ধে
Read More...

মমতা বেনাৰ্জীয়ে কেন্দ্ৰৰ ডিজিটাইজেচনক সমালোচনা কৰি ক’লে-“মোডী চৰকাৰে গ্ৰাম্য দৰিদ্ৰৰ…

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে অভিযোগ কৰে যে কেন্দ্ৰই গ্ৰাম্য দৰিদ্ৰ লোকসকলক অনলাইন কাৰ্যকলাপৰ বৃত্তলৈ ঠেলি দি তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। পশ্চিম মিদনাপুৰ জিলাত
Read More...

২০২৪ৰ লোকসভা নিৰ্বাচন জৰীপ: ‘শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী’ কোন; প্ৰধানমন্ত্ৰী মোদী…

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তে 'শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী' কোন শীৰ্ষক প্ৰশ্নই বহুতৰে মনত দোলা দিছে। শেহতীয়া এক চি-ভোটাৰে এইক্ষেত্ৰত ভোটাৰৰ মনোভাৱ জানিবলৈ আৰু বৰ্তমান ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক
Read More...

এয়াৰ ইণ্ডিয়া-বয়িংৰ চুক্তিৰ জৰিয়তে আমেৰিকাত ১০ লাখ চাকৰিৰ সৃষ্টি হ’ব: ৰাষ্ট্ৰপতি বাইডেনে…

এয়াৰ ইণ্ডিয়া-বয়িং চুক্তিৰ জৰিয়তে সমগ্ৰ আমেৰিকাত ১০ লাখ পৰ্যন্ত চাকৰিৰ সহায়ক হ’ব বুলি ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে জনায়। বিমান সংস্থাটোৱে ৩৪ বিলিয়ন ডলাৰৰ
Read More...

আই টি বিভাগৰ বিবিচিৰ দিল্লী, মুম্বাই কাৰ্যালয়ত ‘জৰীপ অভিযান’; কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

মঙলবাৰে (১৪ ফেব্ৰুৱাৰী, ২০২৩) আয়কৰ বিভাগৰ বিষয়াসকলে দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত এক জৰীপ অভিযান চলাই। শেহতীয়া খবৰ অনুসৰি আই টি বিভাগে কোম্পানীটোৰ ব্যৱসায়িক পৰিচালনা আৰু ইয়াৰ
Read More...

পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী যোগী আদিত্যনাথ হ’বনে? কি ক’লে উত্তৰ প্ৰদেশৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বয়স ৭২ বছৰ আৰু অহা বছৰৰ সাধাৰণ নিৰ্বাচনত এন ডি এৰ নেতৃত্ব দিবলৈ সাজু হৈ থকাৰ সময়তে মানুহে প্ৰায়ে প্ৰশ্ন কৰে যে ২০২৯ চনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে বাদ দিলে তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব।উত্তৰ প্ৰদেশৰ
Read More...