Tag: CM

Browse our exclusive articles!

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

এগৰাকী বৃদ্ধাই ৰাহুল গান্ধীৰ নামত সকলো সম্পত্তি লিখিছে,কিয় জানেনে?

ৰাহুল গান্ধী দেশৰ এজন আগশাৰীৰ ৰাজনীতিবিদ। যদিও তেওঁ ২০১৯ ৰ লোকসভা নিৰ্বাচনত দলৰ লাঠি হাতত লৈ সফলতা আনিব নোৱাৰিলে, তেওঁ বাৰে বাৰে শাসকীয়...

গৰমত আপোনাৰ পেটৰ যত্ন কি দৰে ল’ব

গ্ৰীষ্মকালীন পাচন সমস্যা : তাপে হজমৰ সমস্যা কিয় বৃদ্ধি কৰে? যদি আপুনি এই কেইটামান পৰামৰ্শ অনুসৰণ কৰে, পেট ভাল হ'ব। হজমৰ সমস্যা : আপুনি অধিক...

বৰপেটাৰ সত্ৰ নামঘৰত চুৰিৰ সৈতে জড়িত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

অবশেষত আৰক্ষীৰ জালত পৰিল বৰপেটাৰ সত্ৰ, থান নামঘৰত চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা চোৰৰ দল ৷বৰপেটা আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা বৰপেটা চহৰৰ গণককুছিৰ নিজ...

হাজোৰ কুলহাটী পাচগাওঁ পঞ্চায়তত জল জীৱন মিছন আঁচনিৰ সঠিক ৰূপায়নৰ সন্দৰ্ভত সজাগতামূলক সভা

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী পাচগাওঁ পঞ্চায়তৰ কাৰ্যলয়ত হাজো উণ্ণয়ন খণ্ড বিভাগৰ উদ্যোগত আৰু পঞ্চায়তৰ সহযোগত আজি জল জীৱন মিছন আঁচনিৰ সঠিক...

পল্টন বজাৰৰ কিৰণশ্ৰী ৰেচিডেন্সিত চাৰি দুৰ্বৃত্বৰ ডকাইটি

মহানগৰীৰ পল্টন বজাৰত ভয়ংকৰ ঘটনা কিৰণশ্ৰী ৰেচিডেন্সিত প্ৰৱেশ কৰি চাৰি দুৰ্বৃত্বৰ ডকাইটি বাসগৃহটোৰ চাৰি মহলাত থকা গৌতম চাজেৰ, সঞ্জু চাজেৰ,বিমলা চাজেৰ বাসগৃহত এই ডকাইটি চাৰি দুৰ্বৃত্বই অস্ত্ৰ...

Popular

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

ৰাজ্য কঁপোৱা দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ
spot_imgspot_img