বৃদ্ধি পাইছে ক'ৰনাত আক্ৰান্ত লোকৰ সংখ্যা, এদিনতে ১২ হাজাৰৰো অধিক ৰোগী। মৃত্যু ৪২ জনৰ...। ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা পুনৰ দ্রুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে...
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ১০,১৫৮ জন লোক আক্ৰান্ত কৰোনাত। ইয়াৰ পাছতেই দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ৪৪,৯৯৮।
আনহাতে এক তথ্য অনুসৰি,...