Tag: EDUCATION

Browse our exclusive articles!

DIAS India গুৱাহাটী কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ সৈতে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰী…

DIAS India গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাৰ নেতৃত্বত অসমৰ বিভিন্ন অঞ্চলৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষা প্ৰস্তুুতি চলাই থকা ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসম বিধানসভাৰ অধ্য়ক্ষ...

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতি গঠন…

ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মধ্যস্থল ভেবেলীত ১৯৭৮ চনত স্থাপিত হোৱা মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাৰিটা বৰ্ষৰ পাছতে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত...

আজাৰা উন্নয়ন মঞ্চৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্দ্ধনা…

বৃহত্তৰ আজাৰা অঞ্চলত সামাজিক উন্নয়নৰ কাম কৰি যোৱাৰ লক্ষ্যৰে গঠিত আজাৰা উন্নয়ন মঞ্চই বিগত বৰ্ষৰ দৰে এইবেলিও বৃহত্তৰ আজাৰা অঞ্চলৰ যিসকল কৃতি শিক্ষাৰ্থীয়ে চলিত...

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আয়োজিত সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাত ১৫০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ…

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে ১৬-১৭ আগষ্ট, ২০২৪ তাৰিখে সমগ্ৰ অসমৰ ৩০ খন বিদ্যালয়ৰ ১৫০ ৰো অধিক শিক্ষাৰ্থীক সামৰি সফলতাৰে প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় দবা...

বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ…

প্রসংগ: ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ▶বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ►চাকৰি নিয়মীয়াকৰণৰ নামত প্রাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল বিজ্ঞাপন ►ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা...

Popular

Road Condition in Dhekiajuli: দলগাঁও-ঢেকিয়াজুলী সংযোগী অসম মালা পথৰ জৰাজীৰ্ণ অৱস্থা, জনসাধাৰণৰ তীব্ৰ ক্ষোভ

বৃহত্তৰ দলগাঁও, কৌপাটি, শিলবৰী, (Road Condition in Dhekiajuli) ফটাশিমুলো,বৰছলা, ভাঙামন্দিৰ আদি অঞ্চলৰ লোকসকলৰ মাজত আশা আৰু সপোনৰ সঁজুলি হৈ অহা অসম মালা পথ খন আজি হতাশাৰ প্ৰতীক হৈ পৰিছে।

Lemon and Lentils: আপুনিও দাইলত নেমু চেপি খাই নেকি, নেমু চেপা দাইল স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?

নেমু আৰু মচুৰ দাইল দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু নেমু আৰু দাই একেলগে খাব লাগেনে? (Lemon and Lentils)

৫০ জনৰ অধিক নেতা–কৰ্মী অসমৰ বিজেপিত যোগদান । BJP

গুৱাহাটী, ১৭ জুলাই ২০২৫ BJP । ৰাজ্যিক...

“আৰক্ষীৰ শূণ্যলৈ গুলি চালনা ” । “এজনৰ মৃত্যু কেইবাজনো আহত ।” Goalpara

Goalpara । গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত উচ্ছেদ অভিযানৰ পিছত কিছু সংখ্যক লোকে আজিও উক্ত অঞ্চল এৰি নোযোৱাৰ ফলত আজি বনবিভাগৰ লগতে আৰক্ষী লোক সকলে উক্ত অঞ্চলৰ চলাচলৰ বাট পথ সমূহ বন্ধ কৰি দিয়াৰ অৰ্থে জে চি বি আনি খান্দিবলৈ ধৰাত এক উত্তেজনা মূলক পৰিবেশৰ সৃষ্টি হয় । অঞ্চলটোত থকা একাংশ পুৰুষ মহিলাৰ মাজত আৰক্ষী আৰু বনবিভাগৰ মাজত যুক্তি তৰ্ক আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি বেয়াৰ পিনে ঢাল খায় । স্থানীয় লোক সকলে হাতে হাতে লাঠি জং লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰিবলৈ ধাৰাৰ পিছত আৰক্ষীয়ে উচ্ছেদিত লোকৰ ওপৰত গুলিছালনা কৰিবলৈ ধৰে ।

Subscribe

spot_imgspot_img