Breaking

Browsing Tag

EDUCATION

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান…

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ড° জয়ন্ত বি শৰ্মাৰ সৈতে “কেৰিয়াৰ আৰু জীৱন” শীৰ্ষক এখন মত বিনিময় অনুষ্ঠান ১৩ মাৰ্চত অনুষ্ঠিত হয় । সমল ব্যক্তি ড° জয়ন্ত বি শৰ্মাক গামোছাৰে আদৰণি জনায়
Read More...

ঐতিহ্যপূর্ণ নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ত ওমলিব তলা!

বিজেপি-মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ ৬৯ খন কলেজৰ লগতে শিৱসাগৰ জিলাৰ নৱগঠিত ডিমৌ সমষ্টিৰ আটাইতকৈ পুৰণি আৰু ঐতিমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ মহাবিদ্যালয়খন বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী আৰু দল-সংগঠন, সচেতন নাগৰিকৰ
Read More...

গোগামুখ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপঃ হাই জাম্প খেলুৱৈ অনামিকা পেগুলৈ আৰ্থিক সহযোগিতা

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ মহাবিদ্যালয়খন নতুন ৰূপত উদ্ভাহিত হ’বলৈ আৰম্ভ হৈছে৷ মহাবিদ্যালয়খনত বিগত বৰ্ষত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতে অধ্যক্ষ ড°  দিলীপ কুমাৰ ঝাই মহাবিদ্যালয়খনত বহু উন্নয়নমুখী আঁচনি হাতত
Read More...

উত্তৰ পূব ভাৰতৰ একমাত্ৰ এ +গ্ৰেড প্ৰাপ্ত তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ নামভৰ্তি…

স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হব লগা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ২০২৪ (Tezpur University Entrance Examination 2024) আৰু উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (চি ইউ ই টি) ত নাম পঞ্জীয়নৰ বাবে তেজপুৰ
Read More...

অসম কন্যা মধুস্মিতাৰ সাফল্যঃ JEE মেইনচত ছাত্ৰীৰ ভিতৰত তৃতীয় স্থান দখল…

অসমৰ বাবে এক গৌৰৱৰ ক্ষণ। পুনৰ এবাৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত হ’ল যে অসমত প্ৰতিভা তথা কৃতিমানৰ অভাৱ নাই। শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টা কৰিলে অসাধ্য বুলি একো নাই। ২০২৪বৰ্ষৰ IIT জে ই ই
Read More...

নৰ্থ ইষ্ট আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ খিতাপ গুৱাহাটী বিশ্ববিদ্যালয়লৈ

ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ অধীনত 'ৰয়েল গ্লৱেল ইউনিভাৰ্চিটি' ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ্ডলিক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছে। সৰ্বমুঠ ২৫ টা পুৰস্কাৰেৰে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান
Read More...

ছাত্ৰীসকলে সন্মুখীন হৈছে অভাৱনীয় সমস্যাৰ

২০১৭ চনত নতুনকৈ অসমৰ বিভিন্ন স্থানত মুঠ এঘাৰখন পলিটেকনিক কলেজ নিৰ্মাণ কৰাৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰিত প্ৰতিষ্ঠা কৰা ধেমাজি পলিটেকনিক মহাবিদ্যালয়ত আজিও ছাত্ৰী নিবাসৰ ব্যৱস্থা হৈ উঠা নাই। চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক কলেজখন
Read More...

তামুলপুৰত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধানৰ নেতৃত্বৰ প্ৰশিক্ষণ

তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত জিলা পৰ্যায়ৰ ছয় দিনীয়া অনা আবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ শনিবাৰে সফল সামৰণি পৰে।
Read More...

ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সদ্যঘোষিত বি ডি এচ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান ফাৰহীন…

ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সদ্যঘোষিত বি ডি এচ চূড়ান্ত পৰীক্ষাত প্ৰথম স্হান ফাৰহীন তবচ্ছুম অসমৰ ভিতৰত তৃতীয়যোৱা ৯ ফেব্ৰুৱাৰী ,২০২৪ তাৰিখে ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ২০২৩ বৰ্ষৰ চূড়ান্ত বি ডি এচ (Bachelor of
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান ! শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ…

'এতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান। মেট্ৰিকত স্থান পালে IITতো
Read More...