Tag: flood

Browse our exclusive articles!

স্মাৰ্ট চিটি গুৱাহাটী এজাক বৰষুণতেই কৃত্ৰিম বানত হাহাকাৰ অৱস্থা…

স্মাৰ্ট চিটি গুৱাহাটী। স্মাৰ্ট চিটি বুলি ক'লেই ধাৰণা এটা মনলৈ আহে যে চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন ঠাই।...

কেৰালাৰ ৱায়ানাডৰ উদ্ধাৰ অভিযানত ভাৰতীয় সেনাৰ বিশেষ দলৰ নেতৃত্ব মেজৰ সীতা…

কেৰালাৰ ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ভাৰতীয় সেনাই ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং। ভাৰতীয় সেনাৰ বিশেষ দলটোক নেতৃত্ব দিছিল মেজৰ সীতাই।...

আৰ্তজনৰ কাষত আমাৰ মুখ্যমন্ত্ৰী

আৰ্তজনৰ কাষত আমাৰ মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ঐতিহাসিক সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ জুগুনি ধৰী গাঁৱত উপস্থিত হয়, য’ত মহাবাহু...

শান্তিপুৰ-কুমাৰপাৰাৰ বান পৰিস্থিতিৰ বুজ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গুৱাহাটী ,৪ জুলাই ঃ ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ - উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ইফালে...

বানৰ সংহাৰ…

ঐ, পোনাকনহঁত চকুহাল মোহাৰি চাইছ কি?বাৰিষাৰ বান আহি বৰঘৰ সোমালহিটালি টোপোলাবোৰ বেগেতে বান্ধমথাউৰি ভাগোঁ ভাগোঁ অৱস্থাবানে লৈছে সংহাৰ ৰূপবৰলুইত ওফন্দি উঠিছেঅহৰহ পানী আৰু পানী… গৰুকেইটাৰ...

Popular

অশান্ত মধ্যপ্ৰাচ্যঃ চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ

অশান্ত মধ্যপ্ৰাচ্যঃ চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ। এনে সময়তে চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ চিন্তা-চৰ্চা কৰিছে ভাৰতে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। আজি গহপুৰৰ পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা

বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ উক্‌মুকনি ! খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ

বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ উক্‌মুকনি ! খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ

শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ সন্দৰ্ভত ডাঙৰ খবৰ

শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ সন্দৰ্ভত ডাঙৰ খবৰ। বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত তদন্তকাৰী দলে বিধি মানি চলা নাছিল।

Subscribe

spot_imgspot_img