Tag: flood

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ

ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব ১ লাখ ২০ হাজাৰ টকা। সাংঘাটিকভাৱে ক্ষতিগ্রস্তয়ো পাব ১ লাখ ২০ হাজাৰ টকা। বানত গৰু উটি গ'লে লাভ কৰিব ৩৭,৫০০ টকা।

ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি। ইয়াৰে পুৰুষ ৫৭, মহিলা ২৩, শিশু ১৬। শিৱসাগৰ ৫০জন, চৰাইদেউত ২২জনৰ মৃত্যু।

চৰকাৰী বান সাহায্যত বিসংগতিঃ বন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ অনুদান সাময়িকভাৱে স্থগিত

বান সাহায্যত খেলিমেলি। বন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ অনুদান সাময়িকভাৱে স্থগিত।সাহায্যত বিসংগতিৰ কথা স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ।

নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে নেকি শিৱসাগৰ-নাজিৰাবাসীয়ে ?

একাংশ লোকৰ ‘অবৈধ জীৱিকা’ৰ দোহাই দি সমগ্ৰ অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন আৰু সম্পত্তি বিপন্ন কৰিব পৰা যায়নে?

উজনিৰ বানক্ৰান্তৰ কাষত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী

উজনিৰ বানক্ৰান্তৰ কাষত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সাহায্য সামগ্ৰী বিলালে বানাক্ৰান্তৰ কাষত।

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img