Breaking

Browsing Tag

Ganesh Chaturthi

অক্ষয় কুমাৰৰ পৰা শিল্পা শেট্টীলৈকে সকলো ব্যস্ত গণেশ চতুৰ্থীত…

আজি গণেশ চতুৰ্থী। সকলোৱে গণপতি বাপ্পাক আদৰণি জনোৱাত মগ্ন হৈ পৰিছে। চেলিব্ৰিটিসকলেও বাপ্পাক পূজা কৰাত ব্যস্ত হৈ পৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো মুম্বাইত বিশেষ ভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। এই বাবেই বলীউডৰ চেলিব্ৰিটিসকলেও এই উৎসৱ অতি
Read More...

আজি গণেশ চতুৰ্থী, মাতৃ পাৰ্বতীয়ে গণপতিৰ মূৰ্তি বনাইছিল…

আজি গণেশ চতুৰ্থী। পৌৰাণিক কাহিনী অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখত ভগৱান গণেশৰ জন্ম হৈছিল। আজি দিনটোত গণেশ চতুৰ্থী আৰু এক বিৰল কাকতলীয়া ঘটনা সংঘটিত হৈছে। আজি দিনটোত ​​ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰা হ’ব। ভাদ মাহৰ শুক্লাৰ চতুৰ্থী
Read More...

১৯ ছেপ্টেম্বৰত শ্ৰীশ্ৰীগনেশ চতুৰ্থী ! ৩০ ফুট উচ্চতাৰ মূৰ্তিৰে সাজু ভক্তগন…

কাইলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন কৰা হব বিশ্বখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পুজা। উদ্যোগ, যান-বাহনৰ বিতৰকৰ পৰা সৰু-বৰ গেৰেজৰ কৰ্মকৰ্তা সকল ব্যস্ত হৈ পৰিছে বিশ্বখনিকৰ জনাৰ পুজা অৰ্চনাৰ বাবে। আনহাতে বিশ্বকৰ্মাৰ পূজাৰ পিছদিনাই অৰ্থাৎ ১৯
Read More...

গণেশ চতুৰ্থীৰ দিনা চাব নাপাই চন্দ্ৰক। গণেশ চতুৰ্থীৰ দিনা মূৰ্তি স্থাপনৰ আটাইতকৈ শুভ সময়…

কাইলৈ ​​গণেশ চতুৰ্থী। ১০ দিন ভক্তৰ লগত থাকিব গণপতি বাপ্পা। গণেশ চতুৰ্থীৰ দিনা প্ৰতিমা স্থাপনৰ শুভ সময়ৰ বিষয়ে জানি লওক । ​​গণেশ চতুৰ্থী উৎসৱ আৰম্ভ হয় ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখৰ পৰা। আজিৰ দিনটোত প্ৰতিটো ঘৰ আৰু ৰাজহুৱা স্থানত গণপতি
Read More...