Tag: guwahati

Browse our exclusive articles!

Chinaki Prokritir Asinaki Sadhu:গ্ৰন্থমেলাত মানস প্ৰতিম দত্তৰ ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’

এতিয়া গ্ৰন্থৰ বতৰ। চৌপাশে কেৱল নতুন কিতাপৰ বতৰা।(Chinaki Prokritir Asinaki Sadhu) এই গ্ৰন্থৰ বতৰতে এখন নতুন শিশু-কিশোৰ উপযোগী পৰিৱেশ বিষয়ক গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবকৈ সক্ষম হৈছে।

Assam Book Fair:উৎসাহ-উদ্দীপনাৰে গুৱাহাটীত অসম গ্ৰন্থমেলা আৰম্ভ

“অসমীয়া ভাষাৰ যে এক স্বকীয় ইতিহাস আছে, এই ভাষা যে অতি সু-প্ৰাচীন এই কথা প্ৰতিপন্ন কৰিলে ধ্ৰুপদী স্বীকৃতিয়ে৷(Assam Book Fair) মহাৰাজা পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ প্ৰাচীন কামৰূপৰ ইতিহাসেৰে অসমীয়া ভাষা সমৃদ্ধ৷ কিন্তু কামৰূপ যেন কিছু পৰিমাণে ইতিহাস বিচাৰৰ দিশৰ পৰা বঞ্চিত হৈ আছিল৷

Guwahati। গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনা ,দুৰ্গা মন্দিৰৰ প্ৰাংগণত কামনাৰ বলি হৈছিল এগৰাকী যুৱতী

Guwahati। গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনা ,দুৰ্গা মন্দিৰৰ প্ৰাংগণত কামনাৰ বলি হৈছিল এগৰাকী যুৱতী

RBI:ৰিজাৰ্ভ বেংকৰ ঘোষণাঃ ২০০০ টকীয়া নোটৰ ৯৮.০৮% ঘূৰি আহিছে

সন্ত্ৰাসবাদীৰ হাতোৰাৰ পৰা দেশৰ অৰ্থনীতিক মুক্ত কৰা আৰু কলা ধন ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিছিল(RBI)৷

Guwahati । গোটানগৰ ৰাস মহোৎসৱৰ সামৰণি ; অংকীয়া ভাওনা মঞ্চস্থ কেলিগোপাল নাট

মালিগাঁও, ১৯ নৱেম্বৰ : Guwahati । গুৱাহাটীৰ মালিগাঁও ৰেলনগৰী হিচাপে পৰিচিত ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰ প্ৰাংগনত ১৫ নবেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ...

Popular

MLA Akhil Gogoi: মাজনিশা নিৰাশাজনক ফেচবুক পোষ্ট বিধায়ক অখিল গগৈৰ

MLA Akhil Gogoi: মাজনিশা নিৰাশাজনক ফেচবুক পোষ্ট বিধায়ক অখিল গগৈৰ। শুক্ৰবাৰে দিনত অখিল গগৈবিহীন বিৰোধী সভাৰ পিছতেই বিধায়ক অখিল গগৈৰ ফেচবুক পোষ্ট।

LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি পালে ১১৫টকাকৈ।

ম’বাইল আসক্তি শিশুক লৈ ডাঙৰ সিদ্ধান্তঃ ১৬ বছৰ অনূৰ্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

ম’বাইল আসক্তি শিশুক লৈ ডাঙৰ সিদ্ধান্তঃ ১৬ বছৰ অনূৰ্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

জগন্নাথ ধামৰ দৌল মহোৎসৱত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান

জগন্নাথ ধামৰ দৌল মহোৎসৱত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান

Subscribe

spot_imgspot_img