Tag: guwahati

Browse our exclusive articles!

Durga Puja Guidelines 2024: সমাগত দুৰ্গা পূজাঃ গুৱাহাটীত পূজা সমিতিলৈ আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা, কি আছে নিৰ্দেশনাত?

গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে।(Durga Puja Guidelines 2024)

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই গুৱাহাটীত মুকলি কৰে সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা। স্বামী ৰামদেৱৰ উপস্থিতিত ৰিণিকি ভূঞা শৰ্মাই উদ্বোধন কৰে কেন্দ্ৰটো

পৰম পূজ্য যোগ ঋষি স্বামী ৰামদেৱ জী মহাৰাজ আৰু পৰম পূজ্য আয়ুৰ্বেদ শিৰোমণি আচাৰ্য বালকৃষ্ণ জী মহাৰাজৰ নিৰ্দেশনাত, পতঞ্জলি ৱেলনেছ গুৱাহাটীয়ে যোগ, আয়ুৰ্বেদ, পঞ্চকৰ্ম, শতকৰ্ম, লিচ থেৰপী, আকুপাংচাৰ আৰু প্ৰাকৃতিক ৰোগৰ চিকিৎসাকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াব।(Patanjali)

wrestling competition: ১৮-২০ অক্টোবৰত গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ (wrestling competition)

Institute for Persons with Disabilities: ইনষ্টিটিউট ফৰ পাৰচনচ উইথ ডিছেবিলিটিছৰ নবাগত আদৰণি সভা সম্পন্ন

সবলীকৰণৰ বাবে কাম কৰি অহা পূৰ্ব্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰচনচ্ উইথ্ ডিছেবিলিটিছৰ নৱাগত আদৰণি সভাখ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণিধৰ দত্ত প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।(Institute for Persons with Disabilities)

National Arogya Mela: সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা

ডিচেম্বৰ মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা।(National Arogya Mela)

Popular

ঢকুৱাখনাত প্ৰয়াত ছাত্ৰ নেতা গৌৰৱ গগৈৰ সোঁৱৰণত নৱম ‘গৌৰৱৰ দিন’ উদযাপনঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ যুটীয়া উদ্যোগত

ঢকুৱাখনাত প্ৰয়াত ছাত্ৰ নেতা গৌৰৱ গগৈৰ সোঁৱৰণত নৱম 'গৌৰৱৰ দিন' উদযাপনঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ যুটীয়া উদ্যোগত

কুৱেইটত পালন জুবিন দিৱসঃ জুবিন গাৰ্গক আমন্ত্ৰণৰ উদ্দেশ্যেই কুৱেইটত গঠন হৈছিল অসম সংঘ

কুৱেইটত পালন জুবিন দিৱসঃ জুবিন গাৰ্গক আমন্ত্ৰণৰ উদ্দেশ্যেই কুৱেইটত গঠন হৈছিল অসম সংঘ

জাতীয় কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

জাতীয় কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

মুকালমুৱা আৰক্ষীৰ জালত নকল পিষ্টলসহ ৪ ডকাইতঃ ফ্লিপকাৰ্টৰ বাহন ৰখাই পুতলা পিষ্টল দেখুৱাই লুটিছিল সামগ্ৰী

মুকালমুৱা আৰক্ষীৰ জালত নকল পিষ্টলসহ ৪ ডকাইতঃ ফ্লিপকাৰ্টৰ বাহন ৰখাই পুতলা পিষ্টল দেখুৱাই লুটিছিল সামগ্ৰী

Subscribe

spot_imgspot_img