Tag: guwahati

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

Ganesh Chaturthi 2024: মহানগৰীত গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ…

গণেশ বন্দনাৰে মুখৰিত প্ৰতিটো গণেশ মন্দিৰ। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা সোঁত। দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গণেশগুৰিতো গণেশ চতুৰ্থী পালন।(Ganesh Chaturthi celebrated at Ganesh temple in city)

North-East Badminton Tournament: আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন, দলীয় শাখাত অসমৰ প্ৰতিদ্বন্দ্বী নগালেণ্ড-অৰুণাচল…

বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

Guwahati Asian Film Festival: প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ ঘোষণা…

উত্তৰ-পূৱ ভাৰতৰ চিনেমাসমূহে চলচ্চিত্ৰ মহোৎসৱৰ আনুষ্ঠানিক ৱেবচাইট Gaff.co.inৰ জৰিয়তে প্ৰতিযোগিতা শাখাত অংশগ্ৰহণ কৰিব পাৰিব। ফিল্মফ্ৰীৱে (Filmfreeway.com)ৰ জৰিয়তে ‘এছিয়ান ফিল্মছ’ আৰু ‘ইণ্ডিয়ান শ্ব’কেছ’ৰ বাবে নিজৰ চিনেমা প্ৰেৰণ কৰিব পাৰিব।

গুৱাহাটীৰ ৬০ নম্বৰ ৱাৰ্ডত ৰাজহুৱা শৌচগাৰ আৰু পথ মুকলি

গুৱাহাটী পৌৰ নিগমে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে ৱাৰ্ড সমূহত অনাময় অৱস্থাৰ উন্নতি সাধনৰ লক্ষ্যৰে ৰাজহুৱা শৌচাগাৰ আৰু যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে পথ...

পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰিলে এজাক বৰষুণে…

পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি দেখুৱালে এজাক বৰষুণে। মহানগৰীৰ বাবে বৰষুণ সপোন যেন নহয়, সীমা হীন দুদৰ্ষাহে সেয়া পুণৰ প্ৰমাণিত হ'ল সোমবাৰৰ বিয়লিৰ এজাক বৰষুণত।...

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img