Tag: india

Browse our exclusive articles!

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী

অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড। ১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

গোৱালপাৰা চহৰত বালিৰ চিণ্ডিকেট, নিৰ্বিকাৰ বন বিভাগ

ৰাজ্যত এতিয়া যেন অনিয়মেই নিয়মত পৰিণত হৈছে। চৰকাৰৰ শূণ্য সহনশীলতাৰ শ্লোগান যে ভূৱা এয়া প্ৰমাণ কৰিছে গোৱালপাৰা জিলাৰ বন বিভাগে। উল্লেখ্য যে, গোৱালপাৰা জিলাত...

লাহৰীঘাটত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰুধী অভিযানত  ১২.৯ গ্ৰাম  চাবোনৰ  ড্ৰাগছ ভৰ্তি  বাকছ এটা সহ দুজনক গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ অভিযানত বৰবৰিৰ পৰা ...

হিজাব ইছলামৰ অপৰিহাৰ্য ধৰ্মীয় অংগ নহয়, উচ্চ ন্যায়ালয়ক জনালে কৰ্ণাটক চৰকাৰে

হিজাব বিতৰ্কই এতিয়া দেশৰ লগতে বিদেশতো জোকাৰণিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এনে সময়তে কৰ্ণাটক চৰকাৰে শুকুৰবাৰে উচ্চ ন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ...

সাংকেতিক ভাষা বুজিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিলে কুৰি বছৰীয়া ভাৰতীয় ছাত্ৰীয়ে

মুক-বধিৰ সকলক কোনো একোটা বিষয়ৰ কথা বুজোৱাতো কিমান কষ্টকৰ সেয়া এই বিষয়ৰ সৈতে জৰিত সকলেহে ভালদৰে অনুভৱ কৰিব পাৰে। কিন্তু এই সমস্যাৰ এক উজু...

পৰিসৰ বৃদ্ধি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, দশম সংযোজন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ

এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। সেইমৰ্মে ৰাষ্ট্ৰীয় উদ্যান খনত দশম সংযোজনৰ পৰিসৰ বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ...

Popular

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী

অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড। ১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।
spot_imgspot_img