Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
india
Search
Browse our exclusive articles!
নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন
11 hours ago
নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন
পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…
12 hours ago
প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।
বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ
14 hours ago
বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ
কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক
16 hours ago
'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।
আজি ভাৰত-নিউজীলেণ্ডৰ পঞ্চম তথা অন্তিম এদিনীয়া মেচ
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 15, 2026
মেচত টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজীলেণ্ডৰ। নিউজীলেণ্ডৰ মাউণ্ট বে’ অ’ভেলত অনুষ্ঠিত মেচখন। ৫ খনীয়া শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে ভাৰত।
উচ্ছেদিতক উপযুক্ত সংস্থাপন আৰু ক্ষতিপূৰণ দিব লাগিব চৰকাৰে…
অসম
দৈনন্দিন বাৰ্তা
-
November 12, 2026
১৬ ডিচেম্বৰৰ পূৰ্বে উচ্ছেদিত পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ আৰু পুনর্বাসন প্ৰক্ৰিয়া কি দৰে কৰিব তাৰ শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।
সাতজনমৰ বাবে এক হ’ল অনিৰুদ্ধ ৰবিচন্দ আৰু কাব্যা মাৰণ…
মনোৰঞ্জন
দৈনন্দিন বাৰ্তা
-
November 12, 2026
বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী তথা CEO কাব্যা মাৰণ।
মহানগৰীত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা শ শ যাত্ৰীৰ, আহত বহু যাত্ৰী…
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2026
ডিগাৰুত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। মিজোৰামৰ পৰা কলকাতা অভিমুখী আছিল চাইৰাং এক্সপ্ৰেছ। আহত কেইবাগৰাকীও যাত্ৰী।
বলিউদৰ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত জিলিকিল বৰপেটাৰ বাঁহ-বেতৰ কাৰুকাৰ্য
অসম
দৈনন্দিন বাৰ্তা
-
November 10, 2026
বলিউদৰ বহু চৰ্চিত বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত জিলিকিল বৰপেটাৰ বাঁহ-বেতৰ কাৰুকাৰ্য।
1
2
3
...
1,993
Page 1 of 1,993
Popular
নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন
দৈনন্দিন বাৰ্তা
-
November 24, 2026
পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…
মুখ্য-পৃষ্ঠা
November 24, 2026
প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।
বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ
মুখ্য-পৃষ্ঠা
November 24, 2026
বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ
কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক
মনোৰঞ্জন
November 24, 2026
'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।
অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ
অপৰাধ
November 24, 2026
মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।