Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

দীপাৱলীৰ পাছতে দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ…

দিল্লীত AQI-এ বিপদসীমা অতিক্ৰম কৰিছে। দিল্লীৰ চান্দনী চকত ৩৯৫ লৈ বৃদ্ধি পাইছে AQI। পঞ্জাব বাগ আৰু আনন্দ নগৰতো ভয়ংকৰ পৰিস্থিতি।

খানাপাৰাৰ মহিলা হ*ত্যাকাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ টায়ে আৰক্ষীৰ জালত…

ধেমাজিৰ প্ৰদীপ টায়েৰ সৈতে ১০ বছৰে প্ৰেমৰ সম্পৰ্ক আছিল জীনাৰ।খানাপাৰা এলেকাত গাড়ীচালক হিচাপে আছিল প্ৰদীপ টায়ে।জীনাৰ সৈতে একেটা কেম্পাছতে ভাৰাতীয়া হিচাপে আছিল প্ৰদীপ।

দীপাৱলীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু…

ভয়াৱহ বায়ুপ্ৰদূষণৰ কৱলত দেশৰ ৰাজধানী।দীপাৱলীৰ পাছত অতি বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু।

ছত্তীশগড়ৰ বাস্তাৰৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰঃ দেশৰ প্ৰতিখন জিলাই নক্সালবাদৰ পৰা মুক্ত হোৱাৰ পিছত এয়া প্ৰথম দীপাৱলী...

ছত্তীশগড়ৰ বাস্তাৰৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰঃ দেশৰ প্ৰতিখন জিলাই নক্সালবাদৰ পৰা মুক্ত হোৱাৰ পিছত এয়া প্ৰথম দীপাৱলী : প্ৰধানমন্ত্ৰী

বলীউড অভিনেতা বিবেক অ’বেৰয়ৰ মহানুভৱতা

সদ্য মুক্তিপ্ৰাপ্ত ছবি ‘ৰামায়ণ’ৰ পৰা উপাৰ্জিত ধন দৰিদ্ৰ শিশু আৰু কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে প্ৰদান কৰে বিবেক অ'বেৰয়ে। ধনৰাশিৰ পৰিমাণ প্ৰায় ৬ কোটি টকা।

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img