Tag: india

Browse our exclusive articles!

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত যোগদান বৰদলৈৰ

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত যোগদান বৰদলৈৰ

আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন

আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন। দুয়োপক্ষৰ অধিবক্তা উপস্থিত আছিল অন্তিম শুনানিত।

India: অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়

India: অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়। ইউক্ৰেইনৰ পিছতেই বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অস্ত্ৰ আমদানিকাৰী দেশ ভাৰত ৷

ম’বাইল আসক্তি শিশুক লৈ ডাঙৰ সিদ্ধান্তঃ ১৬ বছৰ অনূৰ্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

ম’বাইল আসক্তি শিশুক লৈ ডাঙৰ সিদ্ধান্তঃ ১৬ বছৰ অনূৰ্ধ্বই ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

baba vanga predictions: তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূতঃ চৰ্চালৈ আহিছে ‘বল্কানৰ নষ্ট্ৰাডামুছ’ৰ পূৰ্বানুমান

তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূতঃ চৰ্চালৈ আহিছে 'বল্কানৰ নষ্ট্ৰাডামুছ'ৰ পূৰ্বানুমান। ৫০৭৯ চনলৈকে পৃথিৱীখন জীয়াই থাকিব৷

Popular

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।
spot_imgspot_img