Tag: india

Browse our exclusive articles!

Akashteer: ৰাডাৰ আৰু বুদ্ধিমত্তাৰে পৰিচালিত যুদ্ধৰে পাকিস্তানক ধৰাশায়ী কৰিলে এই প্ৰযুক্তিয়ে

অন্ধকাৰ আকাশত জাগি উঠিছে এক নতুন যোদ্ধা।(Akashteer) ই যুঁজাৰু বিমানৰ দৰে গৰ্জন কৰা নাই বা মিছাইলৰ দৰে জিলিকিও উঠা নাই । ই শুনে, হিচাপ কৰি লয় আৰু আঘাত কৰে।

Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক

পাকিস্তানলৈ গৈছিল, ভাৰতলৈ উভতি অহাৰ পিছতো যোগাযোগত আছিল, চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক।(Youtuber Jyoti Malhotra)

Indus Water Treaty: নিৰ্জলা হৈ পৰিছে পাকিস্তানঃ সিন্ধু জল চুক্তিৰ বিষয়ত ভাৰতৰে আলোচনাৰ আগ্ৰহ প্ৰকাশ

পেহেলগামত পাক সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ(Indus Water Treaty) প্ৰতিশোধ ল’বলৈ ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷ ভাৰতক এশিকনি দিবলৈ পাকিস্তানেও চলাইছিল আক্ৰমণ৷

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ।

Donald Trump: ভাৰত, পাকিস্তানৰ সৈতে বাণিজ্য বৃদ্ধি কৰিব ট্ৰাম্পে, কাশ্মীৰৰ সমস্যা সমাধানৰ চেষ্টা কৰিব আমেৰিকাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ শক্তিশালী নেতৃত্বৰ বাবে মই অতি গৌৰৱান্বিত।(Donald Trump)

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img