Tag: india

Browse our exclusive articles!

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী

অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড। ১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান: ভাঙি পেলোৱা হ’ল ৯টা অবৈধ মছজিদ, দৰগাহ

গুজৰাটৰ গিৰ সোমনাথত মন্দিৰৰ পিছফালে থকা চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হয়। (Somnath Temple)

India to set Space Station: ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৩ টাকৈ ছুপাৰ কম্পিউটাৰ। ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে।(India to set Space Station)

Bharat Mata Ki Jai: ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ বা ঘৃণামূলক ধ্বনি নহয়, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মতে ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ বা ঘৃণামূলক ভাষণ হ’ব নোৱাৰে।(Bharat Mata Ki Jai)

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

Laapataa Ladies at Oscars 2025: অস্কাৰ ২০২৫ত লাপাতা লেডিজ! ছবিখনৰ বাবে আমিৰ খানক কিয় নাকচ কৰা হ’ল

এই ছবিখনত এটা চৰিত্ৰত অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁ অডিচনো দিছিল। অৱশ্যে ছবিখনৰ বাবে তেওঁ বহুত ডাঙৰ তাৰকা বুলি কৈ তেওঁক নাকচ কৰা হয়।(Aamir Khan Audition For Laaptaa Ladies)

Popular

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী

অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড। ১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।
spot_imgspot_img