Breaking

Browsing Tag

local news

ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত নতুন পেভেলিয়নৰ শুভ উদ্বোধন…

ধুবুৰী ক্ৰীড়া ক্ষেত্ৰত সুনাম আছে যদিও আজিলৈকে জাভেদ জামানৰ পিছত ভাল এজন খেলুৱৈয়ে উঠি অহা নাই। অসম ক্ৰিকেট সন্থাই অসমৰ প্ৰতিখন জিলাতে ক্ৰিকেট খেলাৰ উন্নয়নৰ বাবে আন্তঃগাথঁনি নিৰ্মাণ কৰি আছোঁ। ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰত কাম
Read More...

বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই ১৪ টা পৰিয়ালক এঘৰীয়া কৰিলে সমাজে…

মঙলদৈ মেধিপাৰাত সমাজে এঘৰীয়া কৰিলে ১৪ টা পৰিয়ালক।মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী ১ নং মেধি পাৰা গাঁৱত ১৪ টা পৰিয়ালক সমাজে এঘৰীয়া কৰিছে। যোৱা ২৬ এপ্ৰিলত বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই গাঁৱৰ খেলে সমাজচ্যুত কৰিছে পৰিয়াল কেইটিক।এই সম্পৰ্কে
Read More...

৩১ বছৰৰ অন্তত পিতৃ-পুত্ৰ-কন্যাৰ মহামিলন! পিতৃক কাষত পাই আৱেগিক পুত্ৰ-কন্যা…

শোনিতপুৰ জিলাৰ ছিৰাজুলিৰ জীৱন কুমাৰ ছাহা৷১৯৯৩চনতে বিধিৰ বিপাকত বজ্ৰপাত পৰি মৃত্যু হৈছিল জীৱনৰ পত্নীৰ৷পত্নীৰ মৃত্যু হোৱাৰ বছৰতেই ঘৰৰ পৰা এদিন পাঁচটি পুত্ৰ-কন্যাক এমুঠি আহাৰ যোগাৰ কৰিবৰ বাবে ব্যৱসায় কৰিবলৈ ওলাই গৈছিল জীৱন কুমাৰ ছাহা৷ ঘৰত
Read More...

তেজপুৰত তৰুণ অসম সংঘৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা দিৱস…

১৯১৫ চনত গঠন হোৱা তেজপুৰৰ অসমীয়া ক্লাবৰ দৰে, ১৯৩০ চনত গঠন হোৱা তৰুণ অসম সংঘই তেজপুৰ চহৰৰমাজ-মজিয়াত সংঘৰ স্বকীয় বৈশিষ্ট্যৰে নিজৰ সত্বা জিলিকাই ৰাখি ৯৫ বছৰত ভৰি দি গৌৰৱৰ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে।
Read More...

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন…

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন।শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিস্থত বৌদ্ধবিহাৰত আজি শিৱসাগৰ বৌদ্ধ বিহাৰ পৰিচালনা সমিতি তথা ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোত ২৫৬৮তম বৌদ্ধ জয়ন্তুী পালন কৰা হয়।
Read More...

ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক…

উত্তৰ পৃৰ্বাঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাৰ উদ্যোগত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুপ্ৰেৰণা ধুবুৰী শাখা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখাৰ সহযোগত বিশিষ্ঠ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ জনপ্ৰিয় ক্ৰীড়াবিদ তথা ধুবুৰী
Read More...

সফলতাৰ উচ্চ শিখৰত ৰেনু মহন্ত, নিজে সংস্থাপিত হোৱাৰ উপৰিও আন ত্ৰিশ গৰাকী মহিলাক দিছে সংস্থাপনৰ…

কুঁহি টি বাৰৰ জৰিয়তে সফলতা লাভ কৰা ৰেনু মহন্তই আজিৰে পৰা আৰম্ভ কৰিলে কুঁহি ল'জ। নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী সফল উদ্যোগী আৰু উদ্যমী মহিলাৰ নাম ৰেনু মহন্ত। যিটো সময়ত ভয়াবহ নিবনুৱা সমস্যাৰ কবলত পৰি একাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী
Read More...

মৰিগাঁৱৰ আহঁতগুৰি ৰে’ল গেটৰ সমীপত মালবাহী ট্ৰেইনে খুন্দিয়ালে এগৰাকী বিবাহিত মহিলাক…

মৰিগাঁৱৰ আহঁতগুৰি ৰে'ল গেটৰ সমীপত এগৰাকী বিবাহিত মহিলাক এখন মালবাহী ট্ৰেইনে খুন্দিয়াই থৈ যায়। উক্ত ঘটনা সন্দৰ্ভত চাপৰমুখৰ ৰেল আৰক্ষী চকীৰ SI নয়ন বৰুৱা নেতৃত্বত
Read More...

বিশ্ব বিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱা ১৭৪ সংখ্যক জন্ম জয়ন্তী পালন…

২১ মে' ৰ দিনটোত বিশ্ব বিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ ১৭৪ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে উত্তৰ গুৱাহাটী ৰজাদুৱৰাত অৱস্থিত "আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ" মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন
Read More...

কচুৱাত নগাঁও জিলাৰ আমছুৰ সম্বৰ্ধনা অনুষ্ঠান…

মংগলবাৰে নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছুৰ)নগাঁও জিলা সমিতিৰ উদ্যোগত কচুৱা, লংজাপ আৰু চানখোলা আঞ্চলিকৰ সহযোগত সদ্যঘোষিত অসম উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছয় শতাধিক ছাত্ৰ -ছাত্ৰীক
Read More...