Breaking

Browsing Tag

local news

ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা ‘আচাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক বঁটা প্ৰশান্ত জ্যোতি বৰুৱালৈ

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ২০২৪ বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে অসমৰ প্ৰতিষ্ঠিত ইংৰাজী দৈনিক কাকত 'আচাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক,জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক নিৰ্বাচন কৰা হৈছে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ
Read More...

সৰ্ব গুণৰ আকৰ, অসমী আইৰ সু-সন্তান দিবাকৰ ৰেণুৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ স্মৃতিচাৰণ সভা সম্পন্ন…

যোৱা ২১ এপ্ৰিল দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ উদ্যোগত আৰু মাহেকীয়া আলোচনী 'জোনাক'ৰ সহযোগত প্ৰয়াত কবি, চিত্ৰকাৰ, সমাজসেৱক, সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ দিবাকৰ ৰেণুৰ স্মৃতিচাৰণ সভাখন এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত
Read More...

কোকৰাঝাৰৰ ফকিৰাগ্ৰামত শতৰূপা কবি সংগমত কবি সন্মিলন, গ্ৰন্থ উন্মোচন…

এফালে ব'হাগৰ ৰঙালী বিহু, আনফালে লোকসভা নিৰ্বাচনৰ বতৰ আৰু তাৰ মাজতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ জ্ঞানবিকাশ জাতীয় বিদ্যালয়ত এখন বিশাল কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। ধুবুৰী আৰু কোকৰাঝাৰ জিলা দুখনৰ পৰা প্ৰায় অৰ্ধশতাধিক
Read More...

গায়কৰ ৰূপত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণ…

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কেকানকুছিত "কেকানকুছি ৰংজালী সংঘ"ৰ সৌজ্যন্যত কলগছ বগুৱা, ৰছী টনা খেল আদি বিলুপ্তপ্ৰায় খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৭ ব'হাগ ২০ এপ্ৰিল শনিবাৰে দিবা নৈশ কেকানকুছি ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়
Read More...

মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ১০০শতাংশ উত্তীৰ্ণ…

বোৰ্খা পৰিধান কৰিও যে শিক্ষাৰ জ্ঞান লাভ কৰিব পাৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাকেই প্ৰমাণ কৰি দেখোৱালে মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাই। আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত
Read More...

১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে…

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অক্ষুন্ন ৰাখিলে নগাঁও জিলাৰ বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে। বিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ১৫ গৰাকী প্ৰথম বিভাগত আৰু ১৩ গৰাকী দ্বিতীয় বিভাগত
Read More...

হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয়…

আজি ৰাতি পোৱা ৭ টা বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা। প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ই ভি এম মেচিন বিকল হৈ
Read More...

প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ! পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন…

প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ। দেৰগাঁৱৰ বৰ কৰৈয়নিত ভোট বৰ্জন ৰাইজৰ। পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন। ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ। প্ৰায় ৬০০ ভোটাৰে বৰ্জন কৰিলে ভোট দান।
Read More...

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’বঃ মন্ত্ৰী…

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ'বঃ মন্ত্ৰী পীযুষ হাজৰীকা ।কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য
Read More...

ধুবুৰীত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ নেতৃত্বত দুহেজাৰো অধিক সমৰ্থকসহ অগপত যোগদান..

লোকসভা নিৰ্বাচন সমাগত, হাতত আৰু কেইটামান দিন থাকোঁতে ধুবুৰী লোকসভা সমষ্টিৰ মিএযোটৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। কংগ্ৰেছ দলৰ প্ৰতি বীতশ্ৰদ্ধ হৈ ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰন সম্পাদক আমিনুল ইচলাম কংগ্ৰেছ দলৰ পদৰ পৰা পদত্যাগ কৰাৰ লগতে
Read More...