Breaking

প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ! পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন ৰাইজৰ…

0 32

প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ।


দেৰগাঁৱৰ বৰ কৰৈয়নিত ভোট বৰ্জন ৰাইজৰ।


পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন।


ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ।

প্ৰায় ৬০০ ভোটাৰে বৰ্জন কৰিলে ভোট দান।

কৰৈয়নিৰ পৰা দাধৰা সংযোগী পথটোৰ দুৰৱস্থাই বহুদিন ধৰি জ্বলা-কলা খুৱাই আহিছে ৰাইজক।

পূৰ্বতে খুমটাই সমষ্টিৰ পথটো এতিয়া দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত।

সমষ্টি সলনি হোৱাৰ পিছতো সলনি নহ’ল ৰাষ্টাৰ অৱস্থা।

পথৰ দুয়োপাৰে বাঁহ বান্ধি ভোট বৰ্জন ৰাইজৰ।

Leave A Reply