Breaking

Browsing Tag

Mahua Moitra

লোকসভাৰ সাংসদ পদ কৰ্তনঃ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ

ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হয়। মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ
Read More...

লোকসভাৰ পৰা সাংসদ পথ খাৰিজ মহুৱা মৈত্ৰৰ; বিগত সময়ত কোন কোন সাংসদক সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছে?

শুকুৰবাৰে টিএমচিৰ নেত্ৰী মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ প্ৰশ্নৰ অভিযোগত লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয়। ২০০৫ চনতো ঐতিহাসিক ভোটত নগদ ধনৰ বিপৰীতে প্ৰশ্ন কেলেংকাৰীত ১১ জন সংসদ সদস্যক বহিষ্কাৰ কৰা হৈছিল।
Read More...

ধ্বনি ভোটৰ জড়িয়তে বাতিল কৰা হ’ল ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰা মহুৱা মৈত্ৰৰ সাংসদ পদ…

ধ্বনি ভোটৰ জড়িয়তে বাতিল কৰা হ’ল ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰা মহুৱা মৈত্ৰৰ সাংসদ পদ। বহুতে যেনেধৰণে ঘটিব বুলি ভাবিছিল অৱষেষত সেয়াই ঘটিল। ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত অৱশেষত সাংসদ পদ বাতিল হ’ল তৃণমূল কংগ্ৰেছৰ সাংসদ
Read More...

TMCৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ…

TMCৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ। লোকসভাই বহিষ্কাৰ কৰিলে মহুৱা মৈত্ৰক। লোকসভাত গৃহীত হ’ল সাংসদ পদ খাৰিজৰ প্ৰস্তাৱ। এথিক্স কমিটীৰ প্ৰতিবেদনত এই সন্দৰ্ভত মঞ্জুৰি।
Read More...

‘এথলীট কন্যাক চোৰাংচিকাৰীৰ পৰা কিয় ৰক্ষা কৰিব নোৱাৰি?’ মহুৱা মইত্ৰা…

'এথলীট কন্যাক চোৰাংচিকাৰীৰ পৰা কিয় ৰক্ষা কৰিব নোৱাৰি?' - মহুৱা মইত্ৰা। মল্লযুঁজাৰুৰ আন্দোলনক লৈ "মৌনতা" বজাই ৰখাৰ বাবে বিজেপিক লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মইত্ৰাই বিজেপিক কটাক্ষ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোডীক দুটা প্ৰশ্ন কৰিছে।দেওবাৰে (৩০
Read More...

বিজেপি সাংসদ নিশিকান্ত ডুবেক লৈ প্ৰশ্ন উত্থাপন মহুৱা মইত্ৰাৰ, প্ৰশ্ন কৰে- ‘দহ বছৰ বয়সত কেনেকৈ…

বিজেপি সাংসদ নিশিকান্ত ডুবেক লৈ প্ৰশ্ন উত্থাপন কৰিলে মহুৱা মইত্ৰাই, প্ৰশ্ন কৰে- দহ বছৰ বয়সত কেনেকৈ মেট্ৰিক পাছ কৰিলে? টিএমচিৰ সাংসদ মাহুৱা মইত্ৰাই কয় যে নিশিকান্ত ডুবেয়ে দাখিল কৰা শপতনামাত তেওঁৰ শিক্ষা আৰু বয়স সন্দৰ্ভত বিভিন্ন দাবী
Read More...