Tag: missing

Browse our exclusive articles!

মহানগৰীত মালিগাঁৱৰ পৰা উদ্ধাৰ ডিমাপুৰৰ যুৱতী…

মহানগৰীত উদ্ধাৰ ডিমাপুৰৰ যুৱতী। মালিগাঁৱৰ পৰা উদ্ধাৰ কৰা যুৱতী গৰাকী ডিমাপুৰৰ পুৰণা বজাৰৰ আলি থামা বুলি জানিব পৰা গৈছে। সম্প্ৰতি সাতগাঁওৰ প্ৰজেক্ট smile নামৰ...

ধেমাজিৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰ আজিতেজ হাজৰিকা…

ধেমাজিৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰসন্ধানহীন আজিতেজ হাজৰিকা নামৰ এজন ছাত্ৰআজিতেজ হাজৰিকা ডিব্ৰুগড় জ্ঞান-বিজ্ঞান বিদ্যালয়ৰ ছাত্ৰ চিমেন নদীৰ পাৰত ফটো উঠিবলৈ গৈছিল ছাত্রজনফটো তুলিবলৈ যাওঁতে...

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক ৷ মালদাৰ পৰা সন্ধানহীন বাক্সাৰ সৰুগাতিৰ গৌতম দাস ৷ ৩ মাহ পূৰ্বে হায়দৰাবাদলৈ গৈছিল গৌতম দাস৷ ঘৰলৈ ওভতাৰ পথতে...

তীৰ্থ ভ্ৰমণলৈ গৈ নিখোজ ধেমাজিৰ যুৱক দিপাংকৰ দত্ত…

তীৰ্থ ভ্ৰমণলৈ গৈ নিখোজ ধেমাজিৰ এজন যুৱক। পৰশুৰাম কুণ্ডৰ পানীত পৰি সন্ধানহীন ধেমাজিৰ মাটিখোলাৰ দিপাংকৰ দত্ত। গাঁওখনৰ প্ৰায় ৪৫জনীয়া এটি দল গৈছিল পৰশুৰাম কুণ্ডলৈ।...

গোৱালপাৰাৰ বহতীত অঘটন ! জলজলী নৈত পৰি সন্ধানহীন শিশু…

গোৱালপাৰাৰ বহতীত অঘটন। জলজলী নৈত পৰি সন্ধানহীন শিশু। নাৱত উঠিবলৈ যাওঁতে পিছলি পানীত পৰে দুই শিশু। পানীত পৰে ৰাইহান আলী, ইয়ানুৰ ইছলাম। ওচৰতে থকা...

Popular

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma

সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma

জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ’ল ! Youtuber Jyoti Malhotra

জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ'ল ! Youtuber Jyoti Malhotra

Subscribe

spot_imgspot_img