Breaking

Browsing Tag

Narendra Modi

মধ্যপ্ৰদেশত দৃঢ়তাৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে, ‘বিজেপিয়ে অকলে ৩৭০ খন আসন লাভ কৰিব…’

নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী মোদীয়ে বজালে নিৰ্বাচনী ৰণডংকা। মোদীয়ে দেওবাৰে মধ্যপ্ৰদেশৰ ঝাবুৱাত ৰাজ্য খনৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ সৈতে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। মোদীয়ে জনজাতি সন্মিলন জন জাতীয় মহাসভাতো ভাষণ
Read More...

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত মোদীৰ অন্তিম ভাষণ, অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবঃ…

অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব। আজি লোকসভাত এনেদৰেই আশা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তদশ লোকসভাৰ অন্তিম বৈঠকত ভাষণ দিয়ে।২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত দিয়া এইটোৱেই
Read More...

‘তেওঁ সাধাৰণ জাতিৰ লোক’: প্ৰধানমন্ত্ৰী মোদীৰ ‘সবচে বড়া অ’বিচি’…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে তেওঁ অ'বিচি পৰিয়ালত জন্ম গ্ৰহণ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ সাধাৰণ জাতিৰ লোক। কংগ্ৰেছ সাংসদগৰাকীয়ে কয়-প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জাতিগত পৰিচয়
Read More...

মোদী চৰকাৰৰ শ্বেতপত্ৰৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ কৃষ্ণপত্ৰ…

ইউপিএ চৰকাৰৰ ১০ টা বছৰৰ উন্নয়নৰ ছবি খন উদঙাই মোদী চৰকাৰে আজি প্ৰকাশ কৰে শ্বেতপত্ৰ। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছেও প্ৰস্তুত কৰিছে কৃষ্ণপত্ৰ ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বেতপত্ৰৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছে এখন কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি
Read More...

প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰেঃ ৰাজ্যসভাত মোদী…

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসভাত ভাষণ দিয়ে। মোদীয়ে তেওঁৰ ভাষণত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কঠোৰভাবে সমালোচনা কৰা পৰিলক্ষিত হয়। মোদীয়ে দাবী কৰে যে কংগ্ৰেছ দলে এতিয়া "উত্তৰ-দক্ষিণৰ বিভাজন"
Read More...

‘স্বপ্নে নাহি হকিকট বনতে’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ…

২০২৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণকৌশল নিৰ্দাৰণ কৰিছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে মঙলবাৰে তামিল, তেলেগু, মালায়ালম, কানাড়া, অসমীয়া, ওড়িয়া, বঙালী আৰু হিন্দীকে ধৰি আঠটা ভাষাত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ (পিএমএমৱাই) ওপৰত আধাৰিত
Read More...

আজি গোৱাত ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱা ভ্ৰমণ কৰে। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’ উদ্বোধন কৰে। পুৱা প্ৰায় ১০:৪৫ বজাত তেওঁ ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰে। তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১,০০০ কোটি টকা ব্যয় সাপেক্ষে একাধিকৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা…

গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰলে প্ৰধানমন্ত্ৰী মোদীয়ে মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা
Read More...

খানাপাৰাৰ পৰা অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ! অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ…

প্ৰধানমন্ত্ৰীয়ে দেশক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে গঢ়াৰ অংগীকাৰ গ্ৰহণ কৰে। ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্প। ভাৰতৰ এই বিকাশত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰো ভূমিকা অনন্য বুলি উল্লেখ কৰে। অসমৰ এনে বিকাশৰ বাবে তেওঁ অসমবাসীক
Read More...

আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প…

নিৰ্ধাৰিত সময় মতেই ১১.৩০ বজাৰ পৰাই আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। এই জনসভালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ। প্ৰায় ডেৰলক্ষাধিক লোকক সম্বোধন কৰিব মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে আজি শিলন্যাস কৰিব ৮৩২ কোটি টকাৰে নেহৰু
Read More...