Breaking

Browsing Tag

Sivasagar

শিৱসাগৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

বুধবাৰে নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।। জিলাখনৰ দৰিকাপাৰৰ অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ২ জন যুৱকৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন। দুৰ্ঘটনাৰ পাছতেই ৪ জন যুৱক আহত
Read More...

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন…

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন।শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিস্থত বৌদ্ধবিহাৰত আজি শিৱসাগৰ বৌদ্ধ বিহাৰ পৰিচালনা সমিতি তথা ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোত ২৫৬৮তম বৌদ্ধ জয়ন্তুী পালন কৰা হয়।
Read More...

শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰী…

১৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাত ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ১৯ এপ্ৰিলৰ ভোটদান পৰ্ব শেষ নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত
Read More...

ৰেচনকাৰ্ডপ্ৰাপ্ত প্ৰতিগৰাকী মহিলাক অৰুণোদয় প্ৰদান কৰা হ’ব, তিনি-চাৰিটাতকৈ অধিক সন্তানৰ মাতৃ লাখপতি…

“ৰেচনকাৰ্ডপ্ৰাপ্ত অসমৰ প্ৰতিগৰাকী মহিলাক অৰুণোদয় লগতে একাধিক সুবিধা প্ৰদান কৰা হ’ব৷ ইতিমধ্যে প্ৰতিশ্ৰুতি অনুসৰি ১৮ লাখৰপৰা ২৮ লাখ মহিলাক অৰুণোদয় প্ৰদান কৰা হৈছে ৷ ”আজি শিৱসাগৰ জিলাৰ ৯৫ নং ডিমৌ সমষ্টিৰ ৰাইচাইত কেইবাটাও প্ৰকল্প আধাৰশিলা আৰু
Read More...

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা…

শিৱৰাত্ৰি উপলক্ষে ঐতিহাসিক শিৱদৌলত দিনে-নিশাই সমাৱেশ অগণন ভক্তৰ। ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈকে শিৱদৌলত এই শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে । শিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহা শিৱৰাত্ৰি উদযাপন কৰা
Read More...

শিৱসাগৱৰ বৰ্ডিং খেলপথাৰত প্ৰথমবাৰৰ বাবে ঘৰচীয়া কুকুৰ পোৱালীৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন…

শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে ঘৰচীয়া কুকুৰ পোৱালীৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন। Gogoi's squad kennelৰ উদ্যোগত, পশু পালক আৰু পশু চিকিৎসা বিভাগ, শিৱসাগৰৰ সহযোগত ৪ ফেব্ৰুৱাৰীত এদিনীয়াকৈ ঘৰচীয়া কুকুৰ পোৱালিৰ প্ৰদৰ্শনী
Read More...

আলফা-চৰকাৰৰ শান্তি চুক্তিঃ শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি…

শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জাবেদ আৰমান স্বাক্ষৰিত নিৰ্দেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা
Read More...

শিৱসাগৰৰ Zoonskayaত হ’ব নৰ্থ-ইষ্টৰ প্ৰথমখন বিমান থিমৰ ৰেষ্টুৰেণ্ট…

শিৱসাগৰত নৱবৰ্ষৰ প্ৰাক্ক্ষণত ব্যৱসায়ীক ক্ষেত্ৰত এক বিশেষ পদক্ষেপ লৈছে এজন বিশেষ ব্যক্তিয়ে। শিৱসাগৰৰ Zoonskayaত হ'ব নৰ্থ-ইষ্টৰ প্ৰথমখন বিমান থিমৰ ৰেষ্টুৰেণ্ট।
Read More...

ভাৰত তথা অসমৰ মুছলমান মোগল নহয়। ইতিহাস বিকৃতিকৰণেৰে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য বিজেপি-আৰ এছ…

বিজেপি আৰু আৰু আৰ এছ এছেছে ইতিহাস বিকৃত কৰি অসম তথা ভাৰতত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আহিছে। এই গুৰুত্বপূৰ্ণ মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। এক সংবাদমেলত এই বিস্ফোৰক মন্তব্য কৰি ৰহমানে কয় যে
Read More...

শিৱসাগৰত উজনি অসম সুৰক্ষা সমিতিৰ উদ্যোগত বৃহৎ বাইক ৰেলী। সমষ্টি কৰ্তন আৰু সীমা সলনি কৰাৰ বিৰুদ্ধে এই…

শিৱসাগৰত উজনি অসম সুৰক্ষা সমিতিৰ উদ্যোগত বৃহৎ বাইক ৰেলী। সমষ্টি কৰ্তন আৰু সীমা সলনি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। নিৰ্বাচন আয়োগে আমগুৰি আৰু লাহোৱাল সমষ্টি কৰ্তন কৰাৰ লগতে শিৱসাগৰ সমষ্টিৰ সীমা সলনি কৰি শিৱসাগৰৰ ঐতিহ্য ধ্বংস কৰাৰ প্ৰতিবাদত আজি
Read More...