Breaking

তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…

0 19

তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা। ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ।

আজি পুৱা ৫ বজাৰ পৰা বন্ধ সকলো দোকান-পোহাৰ। আৰক্ষী-ধুবুৰী প্ৰশাসনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ বন্ধ কৰিলে দোকান-পোহাৰ।

এইপৰ্যন্ত মৃতকৰ পৰিয়ালে চমজি লোৱা নাই যুৱকৰ মৃতদেহ। সমগ্ৰ অঞ্চলটোত আৰক্ষীৰ টহল।

শুকুৰবাৰে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছিল এজন বাইক আৰোহীৰ।

Leave A Reply