Breaking

অসম গোৰ্খা সন্মিলনৰ ২২ সংখ্যাক ত্ৰি বাৰ্ষিক অধিবেশন সুকলমে অনুষ্ঠিত হৈ যায়।

0 2,045

অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্দোগত ২২ সংখ্যাক ত্ৰি বাৰ্ষিক অধিবেশন সুকলমে অনুষ্ঠিত হৈ যায় ।অধিবেশনৰ দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা ই দিনটো কাৰ্য্যসূচী আৰম্ভণ কৰে৷সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্মোচন কৰে
দুলিয়াজানৰ অসম প্লাৱিক হাইস্কুল স্বতাধীকাৰী জাপান থাপাই ৷এই শোভাযাত্ৰা গায়ন বায়ন, বিহু ,লেচেৰি নৃত্য ,জিকিৰ ,গোৰ্খা নৃত্য আদি বহুতো দলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হল ৷

ইয়াৰ পিছত মুকলি সভা অনুস্তিত হয় ৷মুকলি সভা সভাপতি কৰে গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ নব নিৱাচিত সভাপতি মোহন উপাধ্যায় ৷এই সভাতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

Leave A Reply