Breaking

বহলপুৰৰ আইৰমাৰীত সংঘটিত এগৰাকী বোৱাৰী হত্যাৰ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তত গ্ৰেপ্তাৰ চাপৰ আৰক্ষীৰ

0 1,570

চাপৰ আৰক্ষীৰ সফলতা।শুক্ৰবাৰে আবেলি বহলপুৰৰ আইৰমাৰীত সংঘটিত হোৱা বোৱাৰী হত্যাৰ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তত গ্ৰেপ্তাৰ চাপৰ আৰক্ষীৰ।২৪ ঘন্টা পাৰ নোহোওতেই চাৰিজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম চাপৰ আৰক্ষীয়ে।বোৱাৰী হত্যাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্ত কেইগৰাকীক।

হত্যাকাণ্ডৰ লগত জড়িত থকা ৪ অভিযুক্ত ক্ৰমে ইব্রাহিম খলিল, ইছমাইল হক, খালেদা খাতুন আৰু আব্দুল ওৱাহাবক চাপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ।

Leave A Reply