Breaking

ধৰ্মীয় ঐক্যৰ প্ৰতীক হৈ পৰিছে ৫০০ বছৰীয়া দৰগাহ, কেৱল মুছলমানেই নহয় এই দৰগাহত মূৰ দোৱাই হিন্দুসকলেও…

0 20

৫০০ বছৰীয়া এটা দৰগাহ এতিয়া ধৰ্মীয় ঐক্যৰ প্ৰতীক হৈ পৰিছে। কেৱল মুছলমানেই নহয় হিন্দুসকলেও এই দৰগাহত মূৰ দোৱায়। দিল্লীৰ মাজমজিয়াত অৱস্থিত এই দৰগাহৰ নাম হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ।

চৈয়দ মহম্মদ নিজামুদ্দিন আউলিয়াক ভাৰতৰ অন্যতম বিখ্যাত চুফী সন্ত হিচাপে গণ্য কৰা হয়। তেওঁ আছিল চুন্নী মুছলমান পণ্ডিত আৰু চিষ্টী চুফী সাধু। বেছিভাগ চিষ্টি চুফী সন্তৰ দৰে নিজামুদ্দিন আউলিয়াইও আল্লাহক উপলব্ধি কৰাৰ উপায় হিচাপে প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানৱতা আল্লাহৰ প্ৰেমত নিহিত হৈ আছে।


Leave A Reply