Breaking

আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ…

0 30

আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ। লোকসভা নিৰ্বাচনৰ উপৰিও চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰিলে আয়োগে।

মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ লোকসভা নিৰ্বাচন।নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু

সুখবীৰ সিং ছান্ধুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখে। সেই অনুসৰি মুঠ ৭ টা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নিৰ্বাচন। ভোটগণনা অনুষ্ঠিত হ’ব ৪ জুনত।

Leave A Reply