Breaking

ভূমিকম্পৰ ভয়াৱহ জোকাৰণিত কঁপি উঠিল লেহ–লাডাখ

0 2,020

ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৫, এই কম্পনৰ গভীৰতা ৫ কিলোমিটাৰ।কিছুদিন পূৰ্বে ভয়াৱহ ভূমিকম্পত কঁপি উঠিছিল দিল্লীৰ ভূমি। আতংক বিয়পি পৰিছিল সমগ্ৰ চহৰখনত। এইবাৰ লাডাখত। ভূমিকম্পৰ উৎপত্তিস্থল লেহ–লাডাখৰ ৩২ কিলোমিটাৰ উত্তৰ–পূবত। ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল লাডাখৰ ভূমিনিশা ৯.৫৫ বজাত প্ৰায় ৩৪ ছেকেণ্ড ধৰি চলিল এই জোকাৰণি।ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৫, এই কম্পনৰ গভীৰতা ৫ কিলোমিটাৰ,অৱশ্যে এই ভূমিকম্পৰ ফলত ক্ষয়–ক্ষতিৰ কোনো খবৰ অহা নাই

Leave A Reply