Breaking

অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন…

0 50

অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশন আৰু পুৰ্ণাংগ নাট প্ৰতিযোগিতাত তামুলপুৰ শাখাই শ্ৰেষ্ঠ নাট পৰিচালক আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰে৷ তামুলপুৰ শাখাই উদীয়মান নাট্যকাৰ তথা পৰিচালক অভিজিত দাস ৰচিত বড়ো ভাষাৰ নাট “ফেলেং “(ব্যৰ্থ) পৰিবেশন কৰি অভিজিত দাসে শ্ৰেষ্ঠ নাট পৰিচালক আৰু চৌমখৗৰ ব্ৰহ্মই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰে৷

উল্লেখযোগ্য যে বিগত বৰ্ষত বৰপেটাৰোডত অনুষ্ঠিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাত অভিজিত দাস ৰচিত বড়ো ভাষাৰ নাট বাইগ্লিনাই ছিমাং( ভগ্ন হৃদয়ৰ স্বপ্ন) নাট পৰিবেশন কৰি তামুলপুৰ শাখাই তৃতীয় শ্ৰেষ্ঠ নাট্য দল আৰু এই শাখাৰ বিদ্যুত বড়োয়ে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে৷

Leave A Reply