Breaking

আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…

0 29

আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত আজি সভাপতি অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনত কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা শ্ৰী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য,

ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সভাপতি, সম্পাদক, জিলা সমিতিৰ সভাপতি, সম্পাদক, ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বাবে নিযুক্ত অগপৰ পৰ্যবেক্ষকসকল আৰু অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।


অসমত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ, দলৰ সাংগঠনিক দিশৰ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা কৰে।

Leave A Reply