Breaking

চাবুৱাৰ বিন্ধাকটাত জি’অ বেগস্থলিত অব্যাহত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া…

0 72

চাবুৱাৰ বিন্ধাকটাত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই বহু পৰিয়ালক গৃহহীন কৰাৰ লগতে ব্ৰক্ষ্মপুত্ৰৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই অবৈধ পলস খননে এতিয়া অধিক চিন্তিত কৰি তুলিছে নৈ- পৰীয়া বৃহত্তৰ অঞ্চলবাসী ৰাইজক !

জেচিবিৰে পলস খনন কৰি দৈনিক ডাম্পাৰেৰে পলস খনন কৰি নিয়াত স্থানীয় ৰাইজৰ লগতে আটছাই

পলস খনন বন্ধ নহলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে

Leave A Reply