Breaking

ৰাণু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মান হ’ব চিনেমা।

0 2,026

ৰাণুৰ অনুৰাগী সকলৰ বাবে ভালখবৰ! ৰাণু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মান কৰা হ’ব চিনেমা।
এটা ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা ৰাণু মণ্ডল্ক কোনে চিনি নাপাই।জনপ্ৰিয় হৈছিল যিদৰে তাৰ সমান্তৰালকৈ ট্ৰ’ল খাইছিল ৰাণু মণ্ডলে।এইবাৰ ৰাণুমণ্ডলৰ আহি আছে বায়’পিক।ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে চিনেমা।শীঘ্ৰেই ছবিগৃহলৈ আহিব ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত আধাৰিত চিনেমা।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা কথা আছিল সুদীপ্তা চক্ৰৱৰ্তীয়ে কিন্তু এতিয়া ছবি খনত অভিনয় কৰিব ইছিকা দেয়ে।ছবি খনৰ নাম হ’ব মিছ ৰাণু মাৰিয়া।

Leave A Reply