Breaking

সৰুসজাই ষ্টেডিয়ামত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত…

0 20

সৰুসজাই ষ্টেডিয়ামত অগ্নিকাণ্ড। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে এই অঘটন।

ষ্টেডিয়ামৰ মাজত থকা ডিজিটেল ষ্টেজত অগ্নিকাণ্ডৰ সূত্ৰপাত।

যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। তাৎক্ষণিকভাৱে নিৰ্বাপন কৰা হয় জুই।

Leave A Reply