Breaking

কাইলৈ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ! সূৰ্যগ্ৰহণক লৈ NASAৰ সতৰ্কবাণী…

0 28

কাইলৈ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। নিশা ৯:১২ বজাত আৰম্ভ হ’ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা ২:২২ বজাত।

৫৪ বছৰৰ পাছত বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। অৱশ্যে ভাৰতত দৃশ্যমান নহ’ব এই সূৰ্যগ্ৰহণ।

সূৰ্যগ্ৰহণক লৈ NASAৰ সতৰ্কবাণী। সূৰ্যগ্ৰহণ দৃশ্য মোবাইলত আবদ্ধ কৰিলে ক্ষতি হ’ব পাৰে মোবাইলৰ।

Leave A Reply