Breaking

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ প্ৰতিক্ৰিয়া…

0 48

‘অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ সাংবিধানিক বিচাৰপীঠে দিয়া ৰায় দুখজনক।

সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ত জম্মু-কাশ্মীৰৰ জনসাধাৰণ সুখী নহয়। কিন্তু আমি ইয়াক গ্ৰহণ কৰিব লাগিব।’

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধ ঘোষণাৰ পাছতে ‘ডেম’ক্ৰেকিট আজাদ পাৰ্টি’ৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গোলাম নবী আজাদৰ প্ৰতিক্ৰিয়া।

Leave A Reply