Breaking

হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত ডাক বিভাগৰ অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়নৰ্থে সজাগতামূলক কাৰ্যসূচী সম্পণ্ণ…

0 71

হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত কামৰূপ জিলা প্ৰশাষন ও গুৱাহাটী ডাক সংমণ্ডলৰ সৌজ্যনত ডাক বিভাগৰ বিভাগীয় অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়নৰ্থে এটি সজাগতা কাৰ্যসূচী সম্পণ্ণ হ’য়।

ভাৰত চৰকাৰৰ মহিলা সন্মান সঞ্চয় পত্ৰ ,পি এম কৃষক সন্মান নিধি আচনি,সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ দ্বাৰা গ্ৰামীন ডাক জীবন বীমাৰ জড়িয়তে IPPB AccounT ‘ত জনসাধৰনে কিদৰে ভাৰত চৰকাৰৰ আচনিসমূহৰ সুবিধা গ্ৰহন কৰিব পাৰে তাৰ সঠিক দিশসমূহ পৰ্যবেক্ষন কৰাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা হ’য়।

তদুপৰি আজি শ শ কৃষকে নিজৰ নামসমূহ কৃষক সন্মান নিধি আচনিত পঞ্চীয়নকৃত কৰাৰ বাবে দীঘলীয়া ভীৰ হোৱাও পৰালক্ষিত হৈছে। শীৰ্ষক কাৰ্যসূচী পৰ্যবেক্ষন কৰি ডাক বিভাগৰ জ্যোষ্ঠ অধীক্ষক আব্দুল জালিল তালুকদাৰ ,জীয়াউল হ’ককে প্ৰমূখ্যে প্ৰায়সংখ্যক বিভাগীয় লোকে ভাৰত চৰকাৰৰ জনকল্যানমূখী আচনিৰ সঠিক গুনগত দিশসমূহৰ বিষয়ে ৰাইজক সজাগ কৰে।

Leave A Reply