October 19, 2022 ভাৰতীয় মহিলা ক্ৰিকেট দলক “আমোল” কোম্পানীয়ে কাৰ্টুন বনাই জনালে সন্মান… Share FacebookTwitterWhatsAppTelegramKooEmail ভাৰতীয় মহিলা ক্ৰিকেট দলক ভাৰতৰ বৃহৎ আৰু আটাইতকৈ পুৰণি কোম্পানী “আমোলে” কাৰ্টুন বনাই জনালে সন্মান । সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছত যথেষ্ট লোকে প্ৰশংসা কৰে । অনুৰাগী সকলে কমেণ্টত বহুতে শুভেচ্ছা জ্ঞাপন কৰে । Author: দৈনন্দিন বাৰ্তা Related Articles এয়াৰটেল এ এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে দৈনন্দিন বাৰ্তা - September 22, 2026 আন্তৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণ জয়ী এলী ডোমা তামাঙক গোৰ্খা উন্নয়ন পৰিষদৰ উষ্ণ সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - September 21, 2026 বিশ্ব ষ্ট্ৰেংথলিফটিং চেম্পিয়নশ্বিপত মাজবাটৰ কৰৱী ডেকাৰ সাফল্য দৈনন্দিন বাৰ্তা - September 19, 2026