Breaking

চন্দ্ৰযান ৩ৰ পৰা সফলতাৰে পৃথক হ’ল লেণ্ডাৰ বিক্ৰম

0 73

মহাকাশযানৰ পৰা সফলতাৰে পৃথক হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ।

২৩ আগষ্টত লেণ্ডাৰ আৰু ৰভাৰখন চন্দ্ৰত অৱতৰণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ইছৰোৰ মুৰব্বী এছ সোমনাথে কয় যে সকলো চেন্সৰ আৰু দুটা ইঞ্জিনে কাম নকৰিলেও বিক্ৰমে চন্দ্ৰত চফ্ট লেণ্ডিং কৰিব পাৰিব৷

Leave A Reply