Breaking

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰা ১৩,৯৯০ বৰ্গফুটৰ পিজ্জা

0 46

১৩,৯৯০ বৰ্গফুট এলেকাত বিস্তৃত ৬৮ হাজাৰৰো অধিক স্লাইচৰ পিজ্জাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰিছে।

ইউটিউবাৰ এয়াৰৰেকৰ সৈতে মিলি লছ এঞ্জেলছত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় পিজ্জা হাটে।

বিশ্বৰ সৰ্ববৃহৎ পিজ্জাত ৬১৯৩ কিলোগ্ৰাম পিঠাগুৰি আৰু ৩৯৯০ কিলোগ্ৰামতকৈ অধিক পনিৰৰ প্ৰয়োজন হৈছিল।

Leave A Reply