Breaking

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল। প্ৰথম স্থানত হৃদম ঠাকুৰীয়া…

0 77

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, প্ৰথম স্থানত শংকৰ দেৱ শিশু নিকেটনৰ হৃদম ঠাকুৰীয়া। ৫৯৬ নম্বৰ লাভ কৰিছে হৃদম ঠাকুৰীয়াই। দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ মনমিতা শৰ্মাই। লগতে দ্বিতীয় স্থানত আছে নগাঁও গভট বয়চ হায়াৰ ছেকেণ্ডাৰি স্কুলৰ ইছৰত ফৰিহাই। মনমিতাই লাভ কৰিছে ৫৯৩। নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইণ্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।

আনহাতে তৃতীয় স্থানত আছে দুমুনীচকী ইংলিছ স্কুল, দৰঙৰ নিলুফাৰ ৰহমান, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাটৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন আৰু বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্য। তেওঁলোকে লাভ কৰিছে ৫৯২ নম্বৰ।

Leave A Reply