Breaking

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, ৰাজ্যত পৰিব প্ৰচণ্ড শীত

0 4,561

সাজু হওক আপুনি। অসমকে ধৰি ৫ৰাজ্যত পৰিব হাৰ কঁপোৱা জাৰ।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ঘন কুঁৱলীয়ে চানি ধৰিব পাঁচখন ৰাজ্য। অসম, মেঘালয়, ছিক্কিম, মধ্যপ্ৰদেশ, উত্তৰাখণ্ডত পৰিব প্ৰচণ্ড শীত!

শীত পৰাৰ পূৰ্বৰে পৰা স্বাস্থ্যক লৈ সতৰ্ক হৈ থাকিবলৈ আহ্বান।

কেইবাখনো ৰাজ্যত শীতৰ লগতে হ’ব বৰষুণ। সোমবাৰে প্ৰচণ্ড শীত পৰিব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। কেৰালা, তামিল নাডু, লাক্ষাদ্বীপত হ’ব বৰষুণ।

১১ ডিচেম্বৰত বতৰ সলনি হোৱাৰ লগতে নিম্নগামী হ’ব তাপমাত্ৰা।

Leave A Reply