Breaking

ৰে’ল মন্ত্ৰালয়ে  নন-চাব আৰবান অঞ্চলসমূহৰ বাবে আনৰিজাৰ্ভ টিকট মোবাইল এপ্লিকেচনত দূৰত্বৰ প্ৰতিবন্ধকতা শিথিল…

0 40

ৰে’ল মন্ত্ৰালয়ে  নন-চাব আৰবান অঞ্চলসমূহৰ বাবে আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনত ২০ কিলোমিটাৰ দূৰত্বৰ পৰা অসংৰক্ষিত টিকট বুক কৰাৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, চাব আৰবান অঞ্চলসমূহত দূৰত্বৰ পৰিধি ৫ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে

ইয়াৰ আগতে, ইউটিএছ মোবাইল এপ্লিকেচনত আনৰিজাৰ্ভ টিকেট বুকিং প্ৰণালীৰ দ্বাৰা নন চাব আৰবান অঞ্চলত যাত্ৰীসকলক ৫ কিলোমিটাৰ পৰ্যন্ত টিকট বুক কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

চাব আৰবান অঞ্চলসমূহৰ বাবে ম’বাইল এপ্লিকেচনৰ জৰিয়তে টিকট বুক কৰাৰ দূৰত্বৰ সীমাবদ্ধতা আছিল ২ কিলোমিটাৰ৷

Leave A Reply