February 10, 2023 বাল্য বিবাহৰ লগত জড়িত লোকৰ সংখ্য়া বাঢ়িছে। টুইটাৰত জনালে এই কথা মুখ্যমন্ত্ৰীয়ে… Share FacebookTwitterWhatsAppTelegramKooEmail বাল্য বিবাহৰ লগত জড়িত লোকৰ সংখ্য়া বাঢ়িছে। টুইটাৰত জনালে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২,৭৮৯জন লোকক। টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাজ্যত প্ৰৱল বৰষুণৰ সতৰ্কবাণীঃ চাৰিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট দৈনন্দিন বাৰ্তা - August 4, 2026 বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা দৈনন্দিন বাৰ্তা - August 4, 2026 কটন বিশ্ববিদ্যালয় আৰু কাগাৱা বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক শৈক্ষিক বিনিময় চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - August 3, 2026