November 14, 2023 ১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল কণমানি Share FacebookTwitterWhatsAppTelegramKooEmail OC আসনত বহিল ৪ বছৰীয়া আয়াঞ্চ জয়ছোৱাল। খাকী পোছাক পৰিধান কৰি ল’লে আৰক্ষীৰ দায়িত্ব। শিশু দিৱসত পাণবজাৰ থানাৰ এই পদক্ষেপ। আৰক্ষী বিষয়াৰ সপোন দেখা আয়াঞ্চক উৎসাহ ফাইলৰ ঠাইত হাতত চকলেট দি আৰক্ষীৰ দায়িত্ব। Author: দৈনন্দিন বাৰ্তা Related Articles গণেশগুৰিত পুনৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন মাৰ্চেল বৰুৱাৰ দৈনন্দিন বাৰ্তা - June 18, 2026 ক্ষুদ্ৰ-মজলীয়া কাকতৰ সমস্যাক লৈ আলোচনাঃ ৰাজ্যৰ উন্নয়নৰ যাত্ৰাত সংস্থাৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দৈনন্দিন বাৰ্তা - June 18, 2026 মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি… দৈনন্দিন বাৰ্তা - June 18, 2026