Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ ! ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ আনহাতে তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ…

0 16

মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫. ৭শতাংশ। ইয়াৰে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ, ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ।পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী।

ইয়াৰে উত্তীৰ্ণ হৈছে ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী।ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী।

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ত লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

Leave A Reply