July 20, 2024 ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী এম ভি শংকৰী নামৰ জাহাজখন… Share FacebookTwitterWhatsAppTelegramKooEmail ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী জাহাজ। নৈৰ মাজত আবদ্ধ এম ভি শংকৰী নামৰ জাহাজখন। প্ৰায় এঘণ্টা সময় আবদ্ধ হৈ থাকে ব্ৰহ্মপুত্ৰৰ বুকুত। জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখী আছিল জাহাজখন। অৱশেষত যাত্ৰীসকলক সুকলমে উদ্ধাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026