Breaking

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি।

0 1,061

পুনৰ ঘোষণা হল বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ তাৰিখ।

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি।

৬১ সংখ্যক বড়ো সাহিত্য সভা মুকলি সভাত অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী।

উল্লেখ্য যে মহামাৰী কভিডৰ বাবে বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰৰ বাবে আগন্তুক এপ্ৰিল মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ অধিৱেশন।

বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত উপস্থিত থাকিব ৰাষ্ট্ৰপতি গৰাকী।

আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বড়ো সাহিত্য সভাৰ সভাপতি সমন্বিতে অধিৱেশনৰ স্থান পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব বড়ো সাহিত্য সভা।

Leave A Reply